Circumstantial evidences can be misleading, as Holmes points sout "Circumstantial evidence can be a very tricky thing." So, Holmes starts his investigation to find out what really happened on the fateful day when young McCarthy found his father dead near the Boscombe pool. Evidences go against young McCarthy, and he himself seems reluctant to throw light on the day's events except pleading 'non-guilty'. Holmes also has to take a decision about the further course of events, as law is not only about crime and punishment, it is also about living in peace and harmony.
This is the fourth story of Sir Arthur Conan Doyle's 'Adventures of Sherlock Holmes.'
Boscombe Valley Mystery
Wednesday, June 30, 2010
Thursday, June 10, 2010
Assamese fonts, problems and removing them
Since you must have noted that I write in my blog in Assamese fonts. To do this I use a bangla keypad software AVRO Keyboard. Avrokeybord is freely downlodable from http://www.omicronlab.com/, but, only this keyboard can not make you write in Assamese. You need to have a supporting OS (Operating System) and unicode compliant fonts.
Windows XP has support for Assamese typing but one has to install Complex Script Language pack from the installation CD. Vista, Windows 7 do not need any other installation. Then, you have to download some unicode assamese fonts. Since only assamese fonts are not available for free except Adarsha Ratne (but not a proper unicode font and has some very needed typing help is missing), you get some free bangla fonts. All free bangla fonts do have the assamese specifc ৰ And ৱ. you can get most of fonts from http://www.ekushey.org/. But, though the fonts are nice there is some difficulty as ৰু ৱু letters are not there. They do not have the ear-marked assamese RU and WU. But, these fonts can be added by modifying the fonts using some font editor program. While most font editors are expensive commercial product, I got http://www.fontforge.org/ which is an opensource program. Fontforge is for linux, but there are deportations in windows and I use mingw-deported fontforge. There I have created the missing letters and have solved some pairing problems.
Later on, I tweaked all the fonts in some or other way, and today, I found them working, which needs very minor modification. Which will be done in a few days. If anyone is interested in the new font you can mail me or just give your e-mail id by commenting.
We need a really beautiful font set for assamese letters. Because even in the fonts being used for books have minor problems which can be seen on closer observation.
I shall soon upload something with my fonts for all of you to see and to comment so that I can understand where are the mistakes and how can I correct them.
Come back soon.

Saturday, May 29, 2010
A Case of Identiy : Third Sherlock Holmes Story in Assamese:
Miss Mary Sutherland lives with her mother and step-father. They, particularly her step-father, who is just 5 years old to her, is overtly protective of her mixing with other people. But, fate has it that she meets a clerk in a ball and falls in love with him. Everything goes well except that her groom vanishes on the wedding day on the way to Church. She turns up at 221 B, Baker Street asking for help. Holmes listens to her story but disappoints the grieved girl by telling that she should forget the man forever, as he is not going to return. Another failure of Sherlock Holmes? Yes, he failed in giving back Mary Sutherland her lover because he knew something more sinister was going on that even law can't put its hands on.
So, here is the third story from Adventures of Sherlock Holmes for you to enjoy in Assamese. If the page has not opened here click the following link and you can read the story in Scribd.
The sketches are the original Sydney Paget sketches for Strand Magazine.
A Case of Identity: A Sherlock Holmes story in Assamese
Free myspace counter

Sunday, May 23, 2010
গুৱাহাটীৰপৰা নে গুৱাহাটীৰ পৰা ?
পৰা-টো লৈ মহা গণ্ডগোল। পৰা-টো শব্দৰ লগত লগ হৈ যায় নে বেলেগ হৈ থাকে? উত্তৰটো মহা মস্কিল। আগতে অলপমান ব্যাকৰণৰ জ্ঞান।
এ, ই, লৈ, ক, অৰ আদিবোৰ বিভক্তি আৰ সাধাৰণতে সি শব্দৰ লগত সন্ধি হৈ একেটা শব্দ হৈ পৰে। যেনে তাক, তালৈ, তাৰ ইত্যাদি। 'পৰা' সত্যনাথ বৰাদেৱৰ বহল ব্যাকৰণৰ মতে পঞ্চমী বিভক্তিৰ চিন। কিন্তু এটা অসুবিধা হৈছে যে 'পৰা' অকলে শব্দৰ লগত নবহে। 'পৰা'-ৰ আগেয়ে ষষ্ঠী বিভক্তিৰ চিন 'অৰ' আহে। যেনে ঘৰৰ পৰা। ড. ৰমেশ পাঠকে দেখুৱাইছে যে সেইবাবেই 'পৰা' বিভক্তি নহয়, পৰসর্গহে। 'দ্বাৰা' আন এটা পৰসর্গৰ উদাহৰণ। দ্বআৰা কিন্তু শব্দৰ লগত নবহি বেলেগ শব্দ ৰূপেহে বহে। যেনে তাৰ দ্বাৰা, মোৰ দ্বাৰা।
বিভক্তি বুলি মানি ল'লে "ঘৰৰপৰা" শুদ্ধ হ'ব লাগে। আৰু পৰসর্গ বুলি ধৰিলে, "ঘৰৰ পৰা"-হে শুদ্ধ হ'ব যেন লাগে।
গতিকে কোনটো আচলতে শুদ্ধ সেইটো মোৰ দৰে কিতাপ পঢ়ি জনাটো সম্ভৱ নহয়। 'প্রান্তিক'ত পৰা-ক শব্দৰ লগত একেলগে লিখে। আন কিতাপত বেলেগ ধৰণেৰে। গতিকে এই বিষয়ত ডাঙৰ মানুহে কি কয় জনাটো ভাল হ'ব।
সত্যনাথ বৰাদেৱৰ 'বহল ব্যাকৰণত'ত পিছে উদাহৰণত "ঘৰৰ পৰা" বুলিহে দিয়া আছে। পিছে সেইটো সত্যনাথ বৰাদেৱেই লিখা নে পাছত সংশোধন কৰা সেয়া জনাটো সম্ভৱ নহয়।
গতিকে এইটো লিখকে নিজেই থিক কৰি লোৱা ভাল, তেওঁ কেনেকৈ লিখিব আৰু কিয় লিখিব।

Friday, May 21, 2010
গল্প নহয়, কিন্তু গল্পৰ ভিতৰত সদায় দেখা কিছুমান কথা
যিখন অসমীয়া কিতাপেই পঢ়িম বুলি মেলি লওঁ তাতেই কিছুমান বানান বেলেগ বেলেগ ধৰণেৰে লিখা দেখা পাওঁ। সেইটোৱে মোৰ শার্লক হোম্চ অনুবাদৰ কামত দিগদাৰ দিছে। সেয়ে মই 'হেমকোষ' বিচাৰি কিছুমান নিয়ম আৱিষ্কাৰ কৰিছোঁ। আৰ এই নিয়মবোৰ ইয়াতে যোগ দি যাম বুলি আশা ৰাখিছো। যাতে মোৰ অনুবাদৰ কামত সুবিধা হয়। 'হেমকোষ' চাই থাকোতে বহু নতুন নতুন বঢ়িয়া অসমীয়া শব্দ পাইছো। সেইবোৰো থাকিব।
আৰম্ভনিখিনি অলপ খেলিমেলি লাগিব পাৰে, কিন্তু সেইখিনি মই পাছত সজাই-পৰাই লম বুলি আশা ৰাখিছোঁ।
প্রথম পাঠ:
খন, টো: (উপশব্দ) এইবিলাক মূল শব্দৰ পাচত থকা শব্দ। টো আহিব গোটা বস্তু, নভগা নিছিগা বস্তুৰ (যেনে ঘৰটো), বিশেষনৰ পাচতো থাকিব পাৰে (সৰুটো)। সৰু, সুন্দৰ, মৰমলগা বস্তু বুজাবলৈ 'টি' ব্যৱহাৰ কৰা হয় ল'ৰাটি, ছোৱালীটী, অকণমানিটি ইত্যাদি। টি-মাত্রা ঈ-কাৰ হয় স্ত্রীলিংগত। সংখ্যা শব্দৰ পাচত 'টা' বহে--যেনে চাৰিটা, পাঁচটা ইত্যাদি।
'খন' আহিব চেপেটা ফলিৰ নিচিনা বস্তৰ পাচত (কিতাপখন, চাদৰখন) ঘৰৰ মানুহখিনিক বুজালে (ঘৰখন)। ডাঙৰ ঠাই বা কোনো ধাৰণাৰ পাছতো 'খন' হয়--যেনে পথাৰখন, বজাৰখন, কলেজখন, দলংখন ইত্যাদি।
'ট'-ৰ লগতে আৰু এটা দৰকাৰী কথা কৈ থোৱা ভাল। 'বন্দুকটো লৈ যা। বন্দুকতো গুলী নাই।' দ্বিতীয় 'তো'-য়ে নির্দষ্টতা নুবুজায়, ই বুজায় ইংৰাজী 'even in the --' ধৰণৰ অর্থ এটাহে বুজায়। দুয়োটা টো আৰু 'তো'ৰ মাজত উচ্চাৰণৰ পার্থক্যও আছে। 'বন্দুকটো' শব্দটো পঢ়োতে বন্দুক আৰু টো দুটা বেলেগ বেলেগ শব্দ কৰি পঢ়া হয়, কিন্তু 'বন্দুকতো' পঢ়োতে, ক-টো দিঘলীয়াকৈ পঢ়া হয়, আৰু আচল অর্থটো পঢ়াৰ ধৰণতে ওলাই পৰে।
মনত ৰাখিবলগীয়া কথা এই দুয়োটা শব্দ যাৰ লগত বহে তাৰ লগত লগ লাগি যায়। 'বাহিৰ খন ফুৰিছে' শুদ্ধ নহয়, হ'ব লাগিছিল 'বাহিৰখন ফুৰিছে।'
ছটিয়া: সিঁচা, বস্তু দলিয়াই সিঁচৰতি কৰি দিয়া, যেনে পাৰক খুৱাবলৈ ধান ছটিয়াই দিয়া।
ছতীয়া: অসমৰ ৰজা-মন্ত্রীৰ আৰোৱান আৰু দোলাৰ ছৈ সজোৱা মানুহ।
চতিয়াচতি কৰা: অৰিয়াঅৰি [(চ'ত মাহত) শিপিনীত খাটে]
উভতি: শব্দৰ আন এটা অর্থ হৈছে আমনি কৰা, যেনে: বৰ উভতিখন কৰি ফুৰ। ঘূৰি অহা অর্থটো খাটে।
আজিলৈ এৰো। আটায়ে কুশলে থাকক।

Monday, May 17, 2010
English translation of Tejimola
No new story today. But, while serfing thenet I came across this translation of the story of 'Tejimola' in the site http://www.indianfolklore.org/. The website is a a portal of NFSC (National Folklore Support Centre) and has a huge collection of folktales and folklores form different parts of India.
But, the site is very poorply designed and very difficult to navigate. It's funny that a google search gave me the link, but that is not possible to find out in the main website.
The google link did not open (!) for some unknown reason, but I could open the file by using Google's quick view.
So here is the link, and if does not open, you can try to open the page by Google quick view, which you can find residing near the searched items in the the google page.
http://www.indianfolklore.org/journals/index.php/Ish/article/view/504/588

Friday, May 14, 2010
লক্ষ্মীনাথ বেজবৰুৱাৰ 'মেকুৰীৰ জীয়েকৰ সাধু'
Folk-tales always has those talking animals, but in this story, it goes beyond that, and here a molly gave birth to two girls. They grew up, and while the elder sister was married by a spirit of water, the younger one became the third wife of a rich merchant. The other two wives plot against her, till she is banished from the merchant's house. But, mighty God looks after everybody, and her sorrow comes to an end when the merchant knows that she was not the wrong one.
মেকুৰীৰ জীয়েকৰ সাধু
এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা-ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই, “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে। গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে’ তই চপাই কোচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ। নহ’লেনো মই ক’ৰপৰা দিম?” ইয়াকে শুনি মেকুৰীজনীয়ে সেই দিনাখনৰ পৰা অইনৰ ঘৰৰপৰা চুৰ-তাৰি কৰি বা ডবা-হকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে। ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি-বাঢ়ি খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে। সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নেপায়। ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে, “মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওঁক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক।”
ইয়াৰ কিছু দিনৰ পাছতে সঁচাসঁচিকৈয়ে গিৰিহঁতনীয়ে দুটা মেকুৰীপোৱালী পালে আৰু মেকুৰীজনীয়ে ছোৱালীদুজনী পালে। আতৌপুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে। ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ-গাখীৰ ইত্যাদি বিচাৰি যায়।
ছোৱালী দুজনী জনা হ’লত সিহঁতে এদিন মাকক ক’লে, “আই তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহ’লে আমি কেনেকৈ জানিম আৰু কি কৰিম?” তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক’লে, “ যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজুপি জঁয় পৰিব আৰু গাখীৰ মলা কলা হ’ব। তেতিয়া তহঁতে মোক বিচাৰি যাবি।“ ইয়াৰ দিন দিয়েকৰ পিছত তুলসীজোপা জঁয় পৰিল গাখীৰ মলা কেঁহৰাজ-বৰণীয়া হ’ল। তেতিয়া মাকৰ কিবা হ’ল বুলি জানি কান্দি কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গ’ল। সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ। নৈৰগৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গ’ল। তাই আঁজলী দিয়েক নিজে খাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গ’ল আৰু জলকোঁৱৰে মাত লগালে, “যদি তোমাৰ হাতৰ আঙঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা।“ ভানীয়েকতকৈ আঙঠিটো কি ডাঙৰ বস্তু, এই বুলি বায়েকে, আঙঠিটো দি পানী আনিলে। ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিটো আনিবলৈ পঠিয়াই দিলে। এইবাৰ বায়েক পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে। বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি ইয়া-মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে।
ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোতে অকলশৰীয়া ৰূপহী ছোৱালীজনীক নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ’ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ল’লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। খিয়ালতে ই দুজনীয়ে, কেনেকৈ মুদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্রথমবাৰ অশৌচৰ সময়ত তাইক চকু দুটা কাপোৰেৰে বান্ধি তাই এটা ঢেঁকীথোৰা পালে বুলি কৈ তাই পোৱা মতা ল’ৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে। পিছৰবাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি সিহঁতে কৈ আচল মতা ল’ৰাটো নৈত উটাই দিলে। ইফালে জলকোঁৱৰে হৰি নিয়া বায়েকে সেই উটাই দিয়া ল’ৰা দুটাক ভনীয়েকৰ ল’ৰাবুলি জানিব পাৰি তুলি-তালি ডাঙৰ-দীঘল কৰিলে। মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা ভাবি তাইক কুলক্ষণীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চুৱাপাতনিত ঘৰ এটা সজাই দি থলে। তাই চুৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে।
এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তেওঁৰ নাওখন ধৰি ৰখালে। মুদৈয়ে নাওখন কোনোৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচুৰ্ত্তি হৈ থাকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই ক’লে - “তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক ঠিৰাঙকৈ কৈ তোমাৰ তামোলৰ হাঁচতিখন আৰু লাখুটেদাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি হ’ব। মুদৈয়ে উপায় নেপাই এটা বৰ সবাহ কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাট কৰে এৰাই গ’ল। ইফালে জেঠায়েকে সেই ল’ৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম লোৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি ক’লে আৰু সেই সকলো কথাখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৱাইজক ক’বলৈ ক’লে।
সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিদাল আৰু হাঁচতিখন লৈ মুদৈৰ ঘৰৰফালে যাবলৈ ধৰিলে। পোনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলত, সিহঁতে চুপতি কৰা বুলি মাকে ভাবি ক’বলৈ ধৰিলে, “মোক কিয় ভেঙুচালি কৰিছাহঁক? সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু যি পাৱ খাগৈ।“ তেতিয়া সিহঁতে সকলো খিনি কথা মাকৰ আগত ভাঙি কৈ চিনাকি দি, তাতে অলপ জিৰাই-সতাই সবাহলৈ গ’ল।
সবাহত মানুহ দিহা-দিহি বহিছে, এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা মানুহজনীৰ তাত খাই-বৈ দুজন মানুহ সবাহত বহিছিল। যেতিয়া এই কথা জনাজাত হ’ল তেতিয়া ৰাইজৰ পৰা বিচাৰ হ’ল যে সেই মানুহ দুজনে সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্ৰকতে দুই ককাই-ভায়েকে গিৰিপ কৰে উঠি মাত লগালে যে, “আমি য’ত সোমাইছিলোঁ তেওঁ আমাৰ আই।“ তেতিয়া ৰাইজে এই বিষয়ে কি জানা বুলি মুদৈক সোধাত মুদৈয়ে একোকে ক’ব নোৱাৰিলে। তেতিয়া ৰাইজে এই বিষয়ে ক’বলৈ কোৱাত, বৰটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে। এইবুলি সকলো কথা ভাঙি-পাতি সি ক’বলৈ ধৰিলে আৰু মুদৈৰ হাঁচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্রমাণ কৰিলে। মুদৈয়ে হা-হুমুনিয়াহ কাঢ়ি সৰগ পৰা মানুহ যেন হ’ল আৰু লাখুটিডাল, হাঁচতিখন নিজৰ বুলি সৈ কাঢ়িলে। তেতিয়া সকলোৱে সতিনীৰ কুমন্ত্রণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকহঁতক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে। ৰাইজেও একো হাই-উৰুমি নোহোৱাকৈ সবাহ খাই গ’ল। সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক-কাণ কাটি সিহঁতক খেদি দিলে আৰু ল’ৰাদুটিৰে সৈতে সৰু ঘৈণীয়েকক আনি ঘৰ সুমালেহি। ল’ৰা দুটিও বাপেক-মাকৰ বুকু জুৰাই ঘৰতে থাকিল।

Subscribe to:
Posts (Atom)