Saturday, March 26, 2011

A Study in Scarlet ( এটা ৰক্তবর্ণ অধ্যয়ন )

প্রায় এটা বছৰৰ পাছত অৱশেষত শার্লক হোম্‌ছৰ প্রথম আৱির্ভাৱ হোৱা উপন্যাস A Study in Scarlet অসমীয়া ভাঙনি আগবঢ়াবলৈ সক্ষম হৈছো। গল্প কেইটাৰ দৰেই ইয়াটো সম্পূর্ণ ৰূপে মুকলি অনুবাদ কৰাৰ প্রয়াস কৰা হৈছে। সেয়ে বুজি পোৱাত অসুবিধা হোৱা যেন লগা অংশত টোকা আগবঢ়োৱা হৈছে।

এই অনুবাদৰ কামক শলাগি www.xobdo.org -ৰ ফালৰপৰা আগবঢ়োৱা মানপত্রৰ বাবে তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। এই ছেগত মই আটাইকে অনুবাদ বা মৌলিক লিখনী ইণ্টাৰনেটৰ মাধ্যমত আগবঢ়াবলৈ অনুৰোধ জনালো।

A Study in Scarlet in Assamese

1 comment:

  1. সৰুৰে পৰা ৰহস্য উপন্যাস মোৰ বৰ প্ৰিয়...........শৰাইঘাট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা চাৰ্লোক হোমছৰ গল্প কিছু পঢ়িছিলো..এতিয়া এনেদৰে ইন্টাৰনেটত পঢ়িবলৈ পাই বৰ সুখি হৈছো....আপোনাৰ এই প্ৰচেষ্টাক ধন্যবাদ জনালো।

    ReplyDelete