শার্লক হোম্ছৰ নৱম গল্প। গল্পটোত শার্লক হোম্যুছৰ ক্তিনির্ভৰ তদন্তৰ বেছি নিদর্শন নাই। কিন্তু ৰোমাঞ্চ আৰু শিহৰণেৰে ভৰপূৰ। এটা ব্যতিক্রমী অপৰাধ, এজন সুচতুৰ অপৰাধী, এগৰাকী বিবেক মহিলা আৰু এজন ডেকা অভিযন্তা! থ্রিলাৰ গল্প এটাৰ বাবে আটাইবাৰ উপাদানেই ইয়াত বিৰাজমান। অৱশ্যে শার্লক হোম্ছৰ প্রায় নিস্তেজ উপস্থিতিৰ বাবে শার্লক হোম্ছ প্রেমী পঢ়ুৱৈৰ মাজত বেছি সমাদৰ পোৱাৰ আশা কৰিব নোৱাৰি।
Engineer's Thumb in Assamese (অভিযন্তাৰ আঙুলি)
Showing posts with label অভিযন্তাৰ আঙুলি. Show all posts
Showing posts with label অভিযন্তাৰ আঙুলি. Show all posts
Friday, May 13, 2011
Subscribe to:
Posts (Atom)